নীৰজৰ সোণ আৰু কিছু চিন্তা

তীৰ্থমণি ডেকা অলিম্পিক খেলত ভাৰতীয় খেলুৱৈ হিচাপে দ্বিতীয় আৰু এথলেটিকত প্ৰথম সোণ লাভ কৰিলে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত। ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰিছো লগতে নীৰজলৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। নীৰজৰ আটাইতকৈ ভাললগা কথা হ’ল খেলত … Continue reading নীৰজৰ সোণ আৰু কিছু চিন্তা