সততাৰ প্ৰতীক লালবাহাদুৰ শাস্ত্ৰী
দুই অক্টোবৰ। গান্ধীজয়ন্তী। আমাৰ সকলোৰে বাবে চিৰস্মৰণীয় দিৱস। কাৰণ এইটো মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। কিন্তু সেই একেটা দিনতেই ভাৰত মাতৃৰ বুকুত আৰু এজন মহান ব্যক্তিয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁ হ’ল লালবাহাদুৰ শাস্ত্ৰী( ২ অক্টোবৰ,১৯০৪) । Read more…